পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত কৃষ্ণ কিঙ্কৰ কহ; ক্ষণিক দেহ ৰহ; নতনু পুংহেঁ ন পাই। কৰম গৰব সব; দুৰ কৰি হৰি; চৰণ চিন্ত চিত্ত লাই॥১৩৷৷ | ওজা-পণ্ডিত, উপাধ্যায়। সোজা-সৰল, পোণ। কোটি কম কায়ি—যাগ যজ্ঞ অসংখ্য কৰ্ম কৰিও। বেৰি বেৰি-পুনঃ পুনঃ। বাৰে বাৰে; বেলি বেলি। যুগুতি – যুক্তি, তৰ্ক: মৰম-সাৰ তত্ত্ব; মৰ্ম। বই – থাকে। চিত্ত লাই—মন লগাই।। | ১৪ ৰাগ-সুহাই। ধ্ৰুং-চিৰি ৰাম; মঞি হৰি পাপী পামৰু; তেৰি ভাৱনা নাই। যনম চিন্তামণি কাহে গৈয়ে। *; জব + কাচকু লাই। পদ—দিবসে বিসয় বিয়াকুল; নিসি যয়নে গাই। মনে ধন খোজি বীমোহিত; তেৰি আৰতি নপাই। হৃদয় কমলে হৰি বৈঠহ; চিন্তে। চৰণ নতেৰি।। কৰল গৰল জৈছে ভোজন; হামু অমীয়া হেৰি। পৰম মুৰু হামু মাধৱ; একু ভকতি নজানা।। দাষ দাষ বুলি তাৰহু; এহু শঙ্কৰ ভানা॥১৪ জনম চিন্তামণি কাচক লাই—চিন্তামণি জন্ম কিয় কাচৰ কাৰণে কটোৱা। আৰতি—স্তুতি, ভক্তি। চিন্তো চৰণ না তেৰি-তোমাৰ চৰণ চিন্তা নকৰে। কবল গল জৈছে ভোজন —ডকাল বিষ যেন খালে। অমিয় অমৃত। দাস দাস দাসৰ দাস। চ-যেনে, যেনেকৈ। পাঠান্তৰ :- * গয়ো; + জৈচি; $ উচ;