আৰু বিশেষণেৰে সবিশেষ বুজাই এটা সাঙ্কেতিক চিত্ৰ বাসুদেৱৰ শয়ন মন্দিৰৰ দেৱালত ফটফটীয়াকৈ আঁকি থৈ, অতি গোপনে অনিৰুদ্ধ কুমাৰক হৰণ কৰি লৈ শোণিতপুৰলৈ ওলটা-যাত্ৰা কৰিলে।