এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উমেশ বৈশ্যৰ দ্বাৰা ৰচিত
বিভিন্ন গ্ৰন্থৰ পাতনি
“সৰুৰে পৰা সঙ্গীতৰ প্ৰতি মোৰ এটা অনুৰাগ আছে। ছাত্ৰ জীৱনত এটা দীঘলীয়া সময় প্ৰণালীবদ্ধভাৱে সঙ্গীত সাধনাৰ মাজতে অতিবাহিত কৰোঁ। কিন্তু জীৱনৰ নানা ঘাত- প্ৰতিঘাতত সাধনা ৰূপ লৈ নুঠিল। পিছে সাধনা ৰূপ লৈ নুঠিল সঁচা, কিন্তু ই মৰা-সুতিৰ দৰে ঝিৰ-ঝিৰ কৈ বৈ থাকিল। 'সেয়েহে এৰো-এৰো বুলিও ইয়াক এৰিব পৰা নাই।”'
— উমেশ বৈশ্য