পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য



 বৈশ্য ডাঙৰীয়াৰ সৃষ্টি অহা দিনত বেছিকৈ প্ৰচাৰিত হ’লে দেশবাসীয়ে শ্ৰদ্ধাৰে আদৰি ল’ব বুলি মই বিশ্বাস কৰো আৰু শ্ৰীমান শেখৰজ্যোতি বৈশ্যই তাৰবাবে অহোপুৰুষাৰ্থ কৰিব বুলি কামনা কৰো। •


(লেখক এগৰাকী সু-চিকিৎসক, বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যনুৰাগী ব্যক্তি।

(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)