এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন
তদুপৰি গীতিকাৰৰ মন নিঃসন্দেহে প্ৰগতিবাদী। তেওঁ অতীতৰ মোহত আচ্ছন্ন হৈ থকা নাই :
সাধুকথাৰ ইন্দ্ৰজালত
প্ৰগতি ৰুদ্ধ হ’ল
ৰুদ্ধ কোঠাৰ অন্ধকাৰত
বিকাশ বন্ধ হ’ল।
শ্ৰীযুত বৈশ্যৰ গীতে বিকাশৰ বাট মুকলি কৰাত সহায় কৰক, ইয়াকে কামনা কৰিলোঁ।
ড° হীৰেন গোহাঁই।
গুৱাহাটী বিশ্ববিদ্যালয়
১০/১১/৯০