পৃষ্ঠা:ভবিষ্যত কথা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ।

সন্ত চৰিত্ৰ।

⸻⸻

ভবিষ্যত কথা।

ক্ৰীড়াকাৰি বনেষু গোপ বধুভিঃ ক্ৰীড়া চকাৰ ভূসং।
গোপালো বসনং কৃত্যৈচ হবণং বৃক্ষাগ্ৰমাৰোহতি॥
সোয়ং পৃথ্বীপতে কলৌ সুশীগৰ্ভে সতাং সিদ্ধয়ে।
অংশে গৌতম প্ৰাৰ্থিতো দ্বিজবৰঃ দামোদৰাখ্যোভবৎ॥

সুশিলা প্ৰিয় পুত্ৰায় ত্ৰিজগৎ গুৰু ৰূপিনে।
দামোদবায় বিপ্ৰায় তস্মৈ নিত্যঃ নমোনমঃ॥
নাৰায়ণং নমস্কৃতং নবঞ্চৈব নবোত্তমং।
দেবীং সৰস্বতীঞ্চৈব ততোজয় মুদিৰয়েৎ॥

দুলৰি।

নমো নাৰায়ণ  বিঘিনি খণ্ডন
 অনাদি অনন্ত হৰি।
কলিৰ লোকক  নিস্তাৰ কৰিলা।
 দামোদৰ ৰূপ ধৰি॥