এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১০ ◇
(8)
ঐয়া মেঃনানে
ঐনক্ গুঃনেন্ মেঃনানে
কোমলীয়া দেয়াচে
কোলাপৰি গেদুনে।
দেহেহল অলীয়া দেহেহল বলীয়া
গোৱাকে গাবলৈ ললো।
তোমাৰে কথাকে ভাবোতে চিন্তোতে
বেঙেনা কলীয়া হ'লো॥
(৫)
ৰাম্কৗ বিনাম্ তুলকি
লেক্ কামাঙ পদূলি
কনাংকৗ বিনাম্ আঙঠি
গীক্ কামাঙ আঙলি।
ৰামে দি পঠিয়াই তুলসি পুলিটি
ৰুবলৈ পদুলি নাই।
ধনে দি পঠিয়াই চেনেহৰ আঙঠি
পিন্ধিবলৈ আঙলি নাই॥
(৬)
চঃয়োবে ৰঙ্ঙামে
চঃয়াবে ৰঙ্ঙামে
ঐ নেবি কামালা
ঐঙক্ আচিন্ ৰঙ্ঙামে।
ঘৰ ও উৰুঙা বিচনা উৰুঙা
উৰুঙা চোতালৰ বন।
তুমি ঐ চেনেঙা লগত নাইকীয়া
ঘৰতো নবহে মন॥
(৭)
বঃবি লঃলিন্ এচাৰ্ দ
টুংগৗদ যুৱলা দুদ্ দেম্
নমৗ মাঞিল্ কাঃপালা
দাৰব্ লাংকুল্ কাপ্দুনৗ।