পৃষ্ঠা:বিশ্বাসৰ বনানীকৰণ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃতজ্ঞতা

 প্ৰতিজন মানুহৰ চৰণত - যাৰ বাবে লেখি লেখি এদিন শেষ হৈ যাম।

 অসম সাহিত্য সভাৰ শতবৰ্ষ উদ্ যাপন সমিতি তথা সমিতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সমূহ ব্যক্তিসকল।

 দৈনিক জনমভূমি, প্ৰতিদিন, খবৰ কাকত, নিয়মীয়া বাৰ্তা, জনসাধাৰণ, অগ্ৰদূত, দৈনিক অসম, অধুনালুপ্ত আজিৰ দৈনিক বাতৰি, বাতৰি কাকতৰ সম্পাদকসকল আৰু মোৰ কবিতা প্ৰকাশ পোৱা আলোচনীসমূহ।

 শিৱনাথ গগৈ, বালিকা গগৈ, পত্নী চুমী গগৈ, নিভামণি বৰগোঁহাই, প্ৰশান্ত বৰগোহাঁই, প্ৰিয়ম প্ৰকাশ চেতিয়া, ভায়লীনা গগৈ, শ্যামলিনা বৰগোহাঁই, জ্যোতি বৰুৱা, ৰেৱতী বৰুৱা, ভূৱন লাহন, দুতিৰাম লাহন, স্বৰ্গীয় জয়ৰাম লাহন, ৰসেশ্বৰী গগৈ, বগীতৰা গগৈ, কেহুঁৰাম গগৈ, কিৰণময়ী গগৈ, মেটেকা গগৈ।

 হোমেন বৰগোহাঞি, দিলিপমহন্ত আতা, আনন্দ মহন্ত আতা, হৰেকৃষ্ণ ডেকা, শিক্ষাগুৰু ৰঞ্জু বুঢ়াগোহাঁই, ড°জীৱন কলিতা ছাৰ, সুৰেশ চেতিয়া ছাৰ, যোগ গগৈ, জেতবন বৰুৱা, ৰঞ্জন কুমাৰ ৰেগম, কেশৱ গগৈ, বিজয় বেজবৰুৱা, ৰাজেন্দ্ৰ মেদক, ড° ৰূপাঞ্জলী দিহিঙ্গীয়া, মনোৰঞ্জন, দিলীপদা, নন্দন কোচ, অৰুণদা, জনতাদা, হেমদা, দিলিপ, প্ৰতাপ, টিংকু হাজাম, প্ৰিন্স আলি, আৰফান আজম, দিলীপ লামা, বিনয় গগৈ, মফিজ উল্লাহ।

 অৰুণ গগৈ, ভোগৰাম গগৈ, পোনেশ্বৰ গগৈ, নোমল গগৈ, নিপেন শইকীয়া, জিতু লাহন, বিজু গগৈ, প্ৰবীণ গগৈ, বিনন্দী নেওগ, লাচিতদা, তনুদা, প্ৰদীপদা, ৰেৱদা, কোষেশ্বৰদা, ফুলেশ্বৰ ৰাজখোৱা, চুচন গগৈ, বিদ্যুৎ বিকাশ গগৈ, নিৰদা গগৈ, জয়লক্ষী গগৈ, দীননাথ গগৈ, ডিম্বেশ্বৰদাই,আব্দুল হেলিম, পুতুল গগৈ, জয়ন্ত তামুলি, ৰিদীপ গগৈ, সুনীল বৰুৱা, শৰৎ গগৈ, ৰাম নায়ক, চন্দেশ্বৰদা, নবুল আলি, খঞ্জন কাকতি, পমিলা চিৰিং, ক্ষমা সোণাৱাল, কৃষ্ণ মেছ, ভূপেন চেতিয়া, কনক দুৱৰা, শুভ্ৰজ্যোতি গগৈ, বিজয় গগৈ, বকুল চেতিয়া, অশোক ফুকন, কেশৱ ফুকন, বলেন্দ্ৰ বৰুৱা, সুভাষ, ভাই, সোণটো, দুদু।