পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি, ১৮৩৩। গুটিদিয়ে চিন্তাৰ ঢৌ। ৫৪ যি ঠাইখনি অক্সক্ষা কৰাৰ অৰ্থে বসতি কৰে তাকেই গা বোলে। এইরূপে বইও পওঁ মিলি একেভাষী মানুহে খিনি ৰল ঠাইত বাস কৰে তাকেই দেশ ষােলে। মানুহলৈ নিক ৰক্ষা কৰাৰ কাৰণে যেনেকৈ দহ ঘৰৰ সহায়ৰ প্ৰয়ােজন, এখনি গাৱক ৰক্ষা কৰাৰ অৰ্থে তেনেকৈ এখন দেশৰ সহায় লাগতিয়াল। এই কাৰে এতক বশীভূত কৰি গোটেই পেৰ মানুহে ৰখ। ঘাইকৈ কাগতিয়াল। একতা ধি বাড়ি থাকে সেই জঙিয়েই অাত্মৰক্ষা কৰিবলৈ সমর্থ হয়। মানৱধৰ্ম্মক যেই পিনে পােমোৱা যা সেই পিনেই সি আত্মৰক্ষা কৰাকেই হে বুজায়। এতেকে এইখিনিৰ পৰ শস্যৰক্ষা শদৰ সলনি আমি ধর্ম শব্দ ব্যৱহাৰ কৰিম। একতা আন একো নহয়, মাথোন ধৰ্ম্ম। যেই কোনো জাতিৰ ভিতৰতেই হওক এক তাক অধিষ্ঠান কৰি ৰাখিবলৈ মানুছে ধৰ্মক ধৰি তাৰ নিমবিলা কঠোৰ সাধন কৰি পান কৰিব লাগে। | ধৰ্ম্মৰ অৰ্থ বৰা, ইংৰাজী ওষত ধৰ্ম্মক ৰিলিজন Religion বোলে। Ligo to bind অর্থাং বন্ধ। ছবি দেখিলে বন্ধ। আৰু ধৰা প্রায় দুইটিৰ | একেই অর্থ কি ধৰা যায় বা যিহত বাস্ক খােৱা যায় তাকেই ধৰ্ম্ম তােলে। তেনেহলে মানবজাতিয়ে এক ত্যক নধৰিলে যে উৰৰ নোৱাৰে ই কোনো সংশয় নোহোৱা মচা কথ।। কাৰণ, ছি বা অসতৰ অস্তিত্ব নাই, তা খৰিবলৈ ষেই কোনাে মানুহ বা অতি গলেই খহি পৰে বা উপব নোৱাৰি তলত পৰি থাকে। অলসতে কি চাং পতিৰ পৰি? মানুহ যে পাখী জীৱ আৰু তেওঁ যে নিজ ইচ্ছাৰ অধীন ওঁৰ জ্ঞান বুদ্ধি বি প্রমাণ কৰে বুলি অগিতে এবাৰ দেখাই আহিছোঁ। আৰু বেদান্ত অগুৈদ যে অতি উচ্চ ছক্ত সাধকৰ অৱস্থা মাত্র তাকে। কৈছো। এতিয়া তাকেই আল প্রকৰে উনটি এষাৰ কওঁ যে যি লণ্ড আদিম অৱস্থাৰেপৰা মানৱ প্রতি এই এটি কথা দেখা যায় যে মানুহে নিজক পায় অমৰ হাতৰপৰা ৰক্ষা কৰিবলৈ তেওঁৰ ওপৰত কোনেৰা এজন আছে বুলি ভৰা ৰাখি হিছে। বগ ওঁৰ ওপৰত কোনো আছে বুলি মানুহে নেজানিলে হেতে তেনেহলে চালুকীয়া লৰা ছোৱালীয়ে যেনেকৈ পিতৃ মাতৃৰ ওপৰত নিজ অাপৰপৰা উধাৰ কৰি সদায় থেকে লালন পালন কৰি ৰাখিলে