পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
বহল ব্যাকৰণ।
চতুৰ্থী তেওঁলৈ

তেওঁক

তেওঁবিলাকলৈ

তেওঁবিলাকক

পঞ্চমী তেওঁৰ পৰা তেওঁবিলাকৰ পৰা
ষষ্ঠী তেওঁৰ তেওঁবিলাকৰ
সপ্তমী তেওঁত তেওঁবিলাকত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — ই
পুং আৰু ক্লীবলিঙ্গত।

 ১৮। প্ৰথমা বিভক্তিত বাজে আন বিভক্তিত ই একবচনত ইয়া হয়, আৰু হঁত যোগ দি ইয়াৰ বহুবচন কৰা হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা ইহঁতে
দ্বিতীয়া ইয়াক ইহঁতক
তৃতীয়া ইয়াৰে

(আনবিলাক ওপৰৰ দৰে)

ইহঁতেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী ইয়ালৈ

ইয়াক

ইহঁতলৈ

ইহঁতক

পঞ্চমী ইয়াৰ পৰা ইহঁতৰ পৰা
ষষ্ঠী ইয়াৰ ইহঁতৰ
সপ্তমী ইয়াত ইহঁতত