পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
বহল ব্যাকৰণ।

মাহ
ভাদ
আহিন
কাতি
আঘণ
পুহ
মাঘ
ফাগুন
চত

 

পুং নাম
ভদীয়া
আহিনা
কাতীয়া
আঘণা
পুহা
মাঘূৱা
ফাগুনা
চৈতা

 

স্ত্ৰী নাম
ভাদৈ
আহিনী
নাই
আঘণী
পুহী
মাঘী
ফাগুনী
নাই

 ৯১। বাৰৰ নামত তদ্ধিত প্ৰত্যয় যোগ কৰা প্ৰচলিত মানুহৰ নাম :—

বাৰ
দেও
ৰবি
সোম
মঙ্গল
বুধ
বৃহস্পতি
শুকুৰ
শনি

 

পুং নাম
দেওবৰ
ৰবি বা ৰবীয়া
সোম্বৰ, সোমেশ্বৰ
মঙ্গলা
বুদু বা বুদবৰ
বৃহস্পতীয়া
শুকুৰা
শনি বা শনীয়া

 

স্ত্ৰী নাম
দেওবৰী বা দেওবাৰী
নাই
সোম্বৰী বা সোমবাৰী
মঙ্গলী
বুদু বা বুদবৰী বা বুদবাৰী
নাই
শুকুৰী
নাই

 কেইটামান সংস্কৃত তদ্ধিত প্ৰত্যয়ো অসমীয়াত ব্যৱহাৰ হয়, কিন্তু অসমীয়াত আহি সিহঁতৰ ৰূপ পৰিবৰ্ত্তন হৈছে। সংস্কৃত ময়ট্ প্ৰত্যয়