পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজ ইতিবৃত্ত ৭১ গাষ্ঠী বিবাহ কৰিছিল; সিবিলাকৰ সতি-সন্ততি একে অৱশেষ নাত আলিপুখুৰীত। ভূঞাৰ আৰুগীদেৱীক বিবাহ কৰে। তেওঁৰ এই বিবাহ কিন্তু বয়স হোৱাত হোৱা বাবে লোকে তেওঁক ফুটাখা 'ধুগছিল।' বুঢ়াখই নগাৱৰ কুজী আৰু দেউৰা নামৰ বিলৰ মাজৰ বৰিত কোঠ কৰি আহিল, আৰু কপিলী- নদী পৰ্য্য ভূভাগত ভূঞালী কৰিছিল। তেওঁৰ পুত্ৰ কেতেখা বা কালীকান্ত; এওঁ উত্তৰ পাৰে বিৰৰ ওচৰৰ গাংমৌত কাঠ কৰি উত্তৰ অঞ্চল শাসন কৰিছিল। শিৰোমণি ভূঞাৰাজ্য ভাঙাত তেওঁৰ বংশধৰসফল কামৰূপলৈ যায়। বুঢ়াগাৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ গণককুচি, কুৰোবাহা, গোৱালপাৰাৰ গৌৰীপুৰ আৰু নগাৱৰ কালশিলা গাৱত বাস কৰে। ১৮। উপাণি কে কায় (বৰ কায়স্থ)। গোত্ৰ–কাশ্যপ। টঙ্কপাণি মিথিলাৰ মদাস নামৰ গৌড় কায়ৰ পুত্ৰ। বৰ জাতীয় ইতিহাসৰপৰা জানা যায়— এওঁ ব্ৰাহ্মণসকলৰ ষড়যন্ত্ৰত পৰি জন্মভূমি ত্যাগ কৰি গৌড় ধৰ্মপাল ৰাজাৰ আশ্ৰয়ত বাস কৰে। গৌউজে এক তীৰভুক্তিত “জ্যেষ্ঠ কায়স্থ পাতে। তেওঁৰ পুত্ৰ চক্ৰপাণি; এওঁ পিতৃৰ বিষয়কে পায়। চক্ৰপাণি এজন সাধক পুৰুষ আছিল; এওঁ ডাঙৰ পণ্ডিত আৰু কবিও আছিল। চক্ৰপাণিয়ে কেইবাখনো মূল্যবান তন্ত্ৰ পুথি ৰচনা কৰে। এও শেষ সময়ত “মহা সিদ্ধাচাৰ্য” উপাধি লাভ কৰিছিল। চক্ৰপাণিৰ দুই পুত্ৰ-পূৰপাণি আৰু বীৰপাণি। দুয়ো পোনতে গৌড়ৰাজৰ অনুগ্ৰহ পাইছিল; পাচত কিবা কথাত ব্ৰাহ্মণসকল কষ্ট হোৱাত গৌড় ত্যাগ কৰি কামৰূপ ৰাজাৰ অধীনৰ কৰ্ণসুবৰ্ণলৈ (বাৰে ভূমি) অহে।' শূৰপাণিৰ পুত্ৰ শ্ৰীধৰ (১ম) কৰ্ণসুবৰ্ণতে থাকে। প্ৰধৰৰ দুই পুত্ৰ—ভূধৰ আৰু গদাধৰ। ভূধৰ ৰাচৰ কালপৰলৈ খায়, আৰু গদাধৰ কৰ্ণসুবৰ্ণতে থাকে। গদাধৰৰ পুত্ৰ ৰাজ্যৰ; এওঁৰ সমষত গৌড় ৰাজ্যত অৰ্থাৎ প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম খণ্ডত ৰাজবিপ্লৱ ঘটে। সম্ভৱতঃ এই সময়ত কামৰূপৰ বংশীয় 'ৰাজাৰ হাতৰপৰা নৰকবংশে কামৰূপ ৰাজ্য ২য় বাৰ অধিকাৰ কৰে (১,০০০ খৃঃ অঃ)। ৰাজ্যৰৰে তেতিয়া কৰ্ণসুবৰ্ণ ত্যাগ কৰি উত্তৰে ৰচত থাকা আঁত্মীয় স্বজনৰ লগত গৈ বাস কৰে। 'কুবচত এওঁ এধীন সৰুজা বা ভৌমিক হৈছিল। ৰাজ্যখৰৰ পাচত তেওঁৰ পুত্ৰ শ্ৰীধৰ (২) সাধীন বজি হয়। কিন্তু সংশীয় ব্ৰহ্মপাল ক্ষমতাশালী হৈ উঠাত তেওঁ ব্ৰহ্মপাল সামন্ত ৰাজা হয়। সেই কালত সামন্ত ৰাজসকলৰ উপাধি ৰায়” বা “ঠাকুৰ” হয়; ধৰৰে সেই কাৰণে বংশাৱলীত “ৰায় উপাধি দেখায়। প্ৰধৰ পাচত তেওঁৰ পুত্ৰ শূলপাণি বা বংশীধৰ ঠাকুৰ ভৌমিক বা সামন্ত ৰাজা হয়। শূলপাণিৰ দুই পুত্ৰ-পিনাকপাণি আৰু চক্ৰপাণি। পিনাকপাশি কুচত থাকে আৰু চক্ৰপাণি মিথিলাক যায়। পিনাকপাণিৰ পুত্ৰ উপাণি, পৌত্ৰ ৰূপাণি আৰু প্ৰপৌত্ৰ নৰসিংহ কুটতে ভৌমিক হৈছিল। নৰসিংহৰ তিনি পুটু, পাটু আৰু কৃষন। বটু বা সমাজ ভুক্ত হয়। এই কাৰণে পিতা