পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। b ১ গঙ্গানাৰায়ণ কন্যা 7 সফুৰা ভুবনেশ্বৰী দেবী পুষ্পৰ মাতৃ পানাৰা পদ্মৰ মাতৃ মাগুৰি ঐউমানাৰায়ণ ভাঃ ৰাজেশ্বৰী দেবী মনাহকুচি | কন্যা কাঞ্চন স্বাঃ থানুৰাম কালাকুচি লক্ষ্মী স্বাঃ স্বৰূপ ī হেমৱতী দেবী শ্ৰীৰজনীকান্ত শ্ৰীদেবকান্ত কালী ভাঃ সুভদ্ৰবালা ভাঃ অমৃত বৰিগোগ মদাৰতোলা বাহানা ভবানী চিত্ৰবালা এই বংশৰ প্ৰাচীন কথা বিশেষ জনা নাযায় কিন্তু উমানন দেৱালয়ৰ লগত এই বংশৰ ৮ পুৰুষমান আগৰেপৰা সম্বন্ধ থকা দেখা যায়। এই বংশৰ শ্ৰীযুত ৰজনীকান্ত দত্ত মহাশয় বৰ্তমানে গুৱাহাটীৰ কাছাৰিত পেস্কাৰৰ কাম কৰে। তেখেতৰপৰা জানিব পৰা হল—তেখেসকলৰ পূৰ্ব পুৰুষসকলে পুৰুষ পৰম্পৰা উমানন্দ দেৱালয়ৰ জমি-জমাৰ হিচাব চোৱা-মেলাৰ কাম কৰি আহিছে আৰু কোনোজনে দেৱালয়ৰ দেৱ-পূজা চলোৱা কামত দলৈক সহায় কৰি আহিছে। ইয়াৰ বাহিৰে দেৱালয়ত কোনো খেম-খাটনি তেওঁলোকে নকৰে। আহোমৰাজ শিৱসিংহে দেৱালয়ক মাটি দিওঁতে এই বংশৰ পূৰ্ব পুৰুষক ৫০ পুৰা নিৰ মাটি দান কৰে। এই মাটি বৰ্তমানে নিপিখেৰাজ হৈছে আৰু তাক বংশধৰসকলে ভোগ কৰে। ৰামভদ্ৰক আহোম ৰজাই যি পোকাকত দিছিল তাৰ নকল তলত দিয়া হল :- শ্ৰীৰাম স ১৩৫ সাল প: পূৰ্বপাৰ মৌঃ দালাং ভাল মানুহ মহেশ কাইথ ১দ ৰামভদ্ৰ ভাই Compared by Cirtified to be a true copy sd. D. C. Baruah sd. A. Ahmad Comparing clerk Rey. Sheristadar 7.9.28. 7.9.28.