পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত 9 এইবোৰ যিয়েই নহওক কামৰূপীয় কায়স্থসকলে মাহদিনীয়া অশৌচ খাটে আৰু সকলো কায়স্থে উপবীত গ্ৰহণ নকৰে; সেই কাৰণে তেওঁলোক অটুট ক্ষত্ৰিয় হৈ থাকা বুলি কোৱা টান। এই দুই বিধ অভাৱ হোৱাৰ ফলত বিশেষকৈ সাবিত্ৰী নোলোৱাৰ ফলত এওঁলোকৰ কিছুমানৰ গাৰপৰা যে ক্ষত্ৰিয় স্বভাৱ লাহে লাহে আঁতৰি যাব ধৰা নাই, তাক কব নোৱাৰি। ৬ষ্ঠ অধ্যায়। কায়স্থ শ্ৰেণী বিভাগ। ডাঃ দেৱ ৰামকৃষ্ণ ভাণ্ডাৰকাৰ + এম, এ, পি, এইচ ডি, এ ১৯৩১ চনৰ ১১ অক্টোবৰৰ “অমৃত বাজাৰ পত্ৰিকাত” কায়স্থ জাতি সম্বন্ধে লিখা প্ৰৱন্ধত উল্লেখ কৰিছে—“তৃতীষ শতিকাত ৰচিত হোৱা যাজ্ঞবৰুতিত কাষৰ উল্লেখ আছে। বিজ্ঞানেশ্বৰে তাৰ টীকাত কায়স্থ শব্দে লিখক আৰু হিচাবৰক্ষক (গণক) বুলি ব্যাখ্যা কৰিছে। কায়স্থ সেই কালত এক শ্ৰেণীৰ বিভিন্ন নাজ-কৰ্মচাৰী বুলি উল্লিখিত হেছে। তাৰ পাচ। বিষ্ণুস্মৃতি মতে (৭ম অধ্যাষণ ৩য় শ্লোক) কায়স্থ বিচাৰভাৰপ্ৰাপ্ত ভূমি আৰু ৰাজ বলেৱন্তকাৰী বিষয়া আছিল। গুপ্তবংশীয় ৰজাসকলৰ দিনৰ দামোদৰপূৰ তাম্ৰপত্ৰত কায়স্থ আৰু শ্ৰষ্টিনসকল নগৰৰ শাসন-ব্যৱস্থাপক বুলি উল্লিখিত হৈছে। ৰাট ৰাজবংশৰ ১ম অমোঘবই (৭৯৩-৮৭১ খৃঃ অঃ) দি সঃন তাম্ৰপত্ৰখন “বল্পত-কায়স্থ” বংশৰ ভটচাৰৰ পুত্ৰ গুণধবলে খোদিত কৰা; এওঁ ধৰ্মাধিকৰণৰ সেনভোগীক বা আইন বিভাগৰ কেৰাণী “ডাঃ ভাণ্ডাৰকাৰৰ মতে উত্তৰ ভাৰতত ৯ম শতিকাত কায়স্থ জাতিৰ অভ্যুদয় হয়। ওয়াদিত্যদেৱৰ (৮৭০- ৯২৭ পৃঃ অঃ) গুনমা ফলিত কাস্থ কদ্ৰৰ নাতি কাষস্থ ধেমুকাৰ পুত্ৰ কায়স্থ কেশৱক ভুমি দান কৰে। এই উল্লিখিত তিনিজন লোকৰ নামৰ আগত ‘কায়স্থ' শ দেখাৰপৰা ই জাতিবাচক হোৱা বুলি তেখেতে ঠিক কৰিছে। যিজনে এই ফলিপান খোদিত কৰিছিল তেৱো কায়স্থ আছিল— ওঁৰ উপাধি “মহাপলিক”। ডাঃ ভাণ্ডাৰকাৰে কয় :-“ৰাজা ভোবৰ্মনৰ অজয়গড় শিলালিপিত বাস্তব কায়স্থ বীৰত্বৰ কাহিনী দেখা যায়। ইয়াৰ দ্বিতীয় স্তম্ভত দেখা যায়—সেই সময়ত তাত ৩৬ খান নগৰ আছিল আৰু সেই কলোবোৰ নগৰ কৰণ” নামৰ কাৰ্য কৰা লোকৰদ্বাৰা শাসিত হৈছিল। “ক” কাৰ্য্যকৰা বিশিষ্ট মানুহবিলাকে “বান্তব্য কায়স্থ” বুলি খ্যাত হৈছিল; আৰু সাধাৰণবিলাক “কৰণ কায়স্থ” বুলি জনাজাত আছিল। হৈছিল। ৰাজ তৰঙ্গিনীৰ মতে কায়স্থ মানে ৰাজকৰ্চাৰী; কিছুমান কায়স্থ ব্ৰাহ্মণ আছিল॥ বোম্বাই প্ৰদেশ, পুনা, নাশিক, ছাতা জিলাৰ কিছুমান ব্ৰাহ্মণে এতিয়াও নিজক “কায়স্থ”, “কায়- ॥ মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ; কলিকত। বিশ্ববিদ্যালয়ৰ খ্যাতনামা ইতিহাস অধ্যাপক। 1 কিলহ এত কাশ্মীৰ ৰাসকলৰ শিৱৰণ। 9