এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥প্ৰগতিৰ গান॥
দেশ বিদেশ ঘূৰি ঘূৰি ঘূৰি
লুইতপৰীয়া হলোঁ আহি,
আমি অসমীয়া, আমি ভাৰতীয়
আমি মহাজাতি মাতৃভূমি ভাৰতী
আমাৰ দেশ মহান
গাওঁ মিলনৰ গান॥*
⸺
- সুৰাৰোপিত আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত
[১৪]
দেশ বিদেশ ঘূৰি ঘূৰি ঘূৰি
লুইতপৰীয়া হলোঁ আহি,
আমি অসমীয়া, আমি ভাৰতীয়
আমি মহাজাতি মাতৃভূমি ভাৰতী
আমাৰ দেশ মহান
গাওঁ মিলনৰ গান॥*
⸺