পৃষ্ঠা:ধৰম গিত.djvu/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৬

আৰু পাপিবিলাকৰো প্ৰিয় মিত্ৰ, আৰু জি জনে আমাক অনন্ত ম্ৰিত্যুৰ পৰা উধাৰ কৰি- বলৈ পেৰেঙ্গনিৰ ওপৰত প্ৰান চাৰিলে, সেই পৰম পুজনিয় ত্ৰান কৰ্তাৰ ওচৰলৈ জাঁওহঁক; আৰু আমালৈ পবিত্ৰ আত্মাক দান দিবৰ কা- ৰনে প্ৰভু য়িচুত প্ৰাৰ্থনা কৰোঁ, কিয়নো তেঁও আমাৰ প্ৰাৰ্থনা স্বৰুপকৈ সুনিব।

 হে মোৰ প্ৰিয় ডেকা পৰ্হা সকল, হলণ্ডত থকা এই দুখিয়া মাউৰা লৰাৰ জি বিবৰন তোমালাকত জনোআ হৈচে, এয়ে স্বৰুপ, ইয়াকে তোমোলাকৰ প্ৰিয় আই বুপাইৰ আ- গত পৰ্হি য়ানৰ ম্ৰিত্যুৰ কথা মনত ৰাখি- বলৈ অভ্যাস কৰা; আৰু জি জন ত্ৰান কৰ্তাক সি প্ৰেম কৰিচিল, সেই জনক তোমোলাকেও প্ৰেম কৰা; আৰু তোমাৰ সকলো সক্তি আৰু মন তেঁওলৈ উচৰগ কৰা; তেহে মৰন কালত সৰু য়ানৰ নিচিনা জইধনি কৰিবলৈ পাবা; পাচে স্বৰগত তাক আৰু প্ৰভুক প্ৰেম কৰা লোকক দৰ্সন পাবা।