পৃষ্ঠা:ধৰম গিত.djvu/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাক জিএকৰ

প্ৰথম কথোপকথন।

ধনতকৈ বিদ্যা উতম।

Knowledge better than Riches.

 মাকে সুধিলে, হে মোৰ আইটি, তুমি কৰ পৰা আহিলা?

 জিএকে কলে, মই পৰ্হা সালিৰ পৰা আহিলোঁ।

 মা। পৰ্হা সালিলৈ গৈ, লিখি পৰ্হি থাকিবলৈ ভাল পোআ নে, নো পোআ?

 জি। হই আই, লিখি পৰ্হি থাকিলে ভাল পাঁও।

 মা। লিখা পৰ্হা ন কৰি এনেই থাকিলে, তাতে তোমাৰ কিবা হানি হই নে?

 জি। আই, তাতে সকলোএ মেকি অগিয়ানি বুলি হাঁহিব।