এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
খ্ৰিষ্টৰ উপদেস।
৫
জি কাল তেঁও কৰে গম্ভিৰ জল,
অনন্ত নৰ্কৰো অনল,
সেই কালত সুনি মোৰহে মাত
ত্ৰিন, ব্ৰিখ্য় অদি হল অকস্মাত।
৬
প্ৰিথিবি আচিল মাজ আকাস,
কৰিলে সুৰ্জে তাত প্ৰকাস;
তাক চালোঁ মই হৰিসিত মন
জত বাস কৰিব মনুস্য গন।
৭
প্ৰথমে মোৰ বিয়াকুল চিত
চিন্তা কৰিলোঁ নৰৰ হিত,
আদমক স্ৰজাৰ পুৰ্বে মই
কৰিলোঁ মুক্তি তাৰ নিচই।
৮
এই হেতু আঁহা, পাপিগন,
মোৰ ওচৰ চাপা সৰ্ব জন,
কৰা মোত আস্ৰই নিসংসই,
মই দিম অনন্ত ত্ৰান অখই।
ন. ল. ফ.