এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
বিস্ৰাম বাৰ।
১৫৪
The Christian Sabbath.
Northfield. C. M.
১
আজিৰ দিনত আমাৰ প্ৰভু
জিনি দোৰ্ঘোৰ মৰন,
আপোন প্ৰিয় ভকত লোকক
উঠি দিলে দৰ্সন।
২
ইয়াৰ কাৰন সকল লোকে
এৰি জগতৰ কাম,
প্ৰথম দিনক প্ৰভুৰ বুলি
কৰি থাকে বিস্ৰাম।
৩
আৰু আচে এনে বিধি
বচন ধৰম সাস্ত্ৰত,
কৰি চ দিন সংসাৰি কাম
জিৰাওক সপ্তম বাৰত।
৪
জানি জত্নে ইস্বৰ আগ্যা
মানা সিৰে ধৰি,
প্ৰভুৰ দিনক বিস্ৰাম বুলি
থাকা মান্য কৰি। ন: ল,