এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
স্বৰগ সুখৰ দেস।
১৪১
“There is a happy land."
Happy Land. 6, 4.
১
এক সুখৰ থান আচে,
দুৰ, দুৰৈ হই,
জত সাধু লোক থাকে,
দিন দিপ্তিমই;
অহ! কেনে মধুৰ গাই,
ত্ৰানৰ ৰজা জোগ্য পাই,
তেঁওৰ স্তুতি ৰিঙ্গিয়াই জাই,
স্তও, স্তও সদাই।
২
আঁহ, প্ৰিয় লোক, আঁহা,
সেই সুখ আলই;
পলম ন কৰিবা,
কিহৰ সংসই?
জত পাম সদাই আনন্দ,
জত হই পাপ ও সোকৰ খণ্ড,
তাত প্ৰভুৰ প্ৰেম নিৰ্বন্ধ,
সুখ হই অখই।