পৃষ্ঠা:ধৰম গিত.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
স্বৰগৰ সুখ।

হে ইস্বৰ, এই মোিৰ প্ৰাৰ্থনা,
 তোমাৰ জেন সজ থান পাম,
দুৰ কৰা পাপৰ জাতনা,
 তাতে তোমাৰ গুন গাম। ন. ল.

১৩৫

The heavenly Mansion.
Melody, Native Hills. C. M.

আকাসৰ ওপৰত আচে
 এক মহা দিপ্তিৰ থান,
সুকুলা বস্ত্ৰ পিন্ধা লোক
 জত গাই সুললিত গান।

সেই ঠাইত নাই একো দুখৰ লেস,
 নাই অসন্তোস মৰন;
নাই সুৰ্জ চন্দ্ৰৰ কোনো তাপ,
 নাই প্ৰিতিৰো হৰন।

অনাদি কালৰ সুধ সোনাৰ
 এক জোতিৰ্মই নগৰ,
তাত নিৰ্মান বগা সিংহাসন,
 দেখোঁতে মনোহৰ।