এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
স্বৰগৰ সুখ।
৫
কিন্তু জগতৰ প্ৰধান লোক
ন হই সুখ এই ৰুপ সৰ্বদাই,
প্ৰচণ্ড বায়ুৰ সমুখতে
সৰু ত্ৰিনক জেন উৰুআই। ন. ল.
১৩৩
Happiness of Heaven.
Middleton. 8, 7.
১
দুখে সুখে আনন্দ মনে
কাল নিয়াবা মৰ্ত্য থান;
প্ৰভু অহাৰ দিন চাপিচে,
স্বৰ্গত পাবা পৰিত্ৰান;
পাপ অৰুচি, ক্ৰন্দন গুচি,
সদাই হব স্তুতি গান।
২
আমি তাত জি সুখ ভোগ কৰিম,
সি অনন্ত কালে ৰই;
কোটি কোটি কল্প গলে
একো নাই সেই কালৰ খই;
আদিত জিমান তেতিয়াও তিমান
সুখৰ বচৰ আগত হই। ন. ব.