এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
মানুহৰ কঠিন স্বভাও।
১০০
Depravity of the Heart.
Windham L. M.
১
ভুমি কম্পে, পৰ্বত লৰে,
আৰু গৰ্জে মহা সাগৰ,
কিন্তু কঠিন অনুচিত মন
কৰি পাপ নে লাগে ভাগৰ।
২
এনে প্ৰভু পৰম ইস্বৰ
মৰম কৰি প্ৰানি লোকক
অতি দুখত মৰিবলৈ
পঠাই দিলে অপোন পুত্ৰক।
৩
তেনে প্ৰভু য়িচু খ্ৰিষ্টত
মনে ন কৰিলে বিস্বাস;
কিন্তু দুষ্ট কৰমতে
আচে ৰাখি অনুচিত আস।
৪
হে প্ৰভু, দায়ালু য়িচু,
আত্মাই ন ৰলালে তোমাৰ,
কোনেও দুষ্ট কঠিন মনক
ভাঙ্গিব নোআৰে আমাৰ। ন. ল.