পৃষ্ঠা:ধৰম গিত.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
ভক্তিৰ লাভ।

৯৪

The Joys of Religion.
Warren. 7.

অতি দুখি সাধু লোক
দুখৰ মাজত কৰে গান,
য়িচু প্ৰভু খণ্ডাই সোক,
সুনি জাস্না, পাতি কান।

আমি জদি ভোগোঁ দুখ,
হব মহা পৰম লাভ;
প্ৰভুৰ ক্ৰিপাই হব সুখ,
আমাৰ এই আনন্দ ভাব।

ম্ৰিত্যু জেতিয়া আহিব,
একো আমাৰ ন হই ভই;
সেই কালত ভই গুচিব,
প্ৰভুএ কৰিব জই।

প্ৰভু য়িচু আমাৰ সেস
জেতিয়া হব ৰাখা প্ৰান;
সাৰি সকল পাপৰ ক্লেস
কৰিম স্তুতি পৰম গান।   ন. ল.