এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম দৰ্শন।
ঘৰ
( এজন মণীপুৰিয়াৰ প্ৰবেশ।)
মণিপুৰীয়া-
গীত।
লিঙ্গ থৌকে দৰবাৰ ঙ্গসি তাদা অইগ্নি।
ইয়াথৈ খগপা তিনাদানা জগৈ মানগ্নি।
দৰবাৰ ইয়ামা সানগ্নি, জগৈ সানবি ইসৈ সাকি,
থুনা চল, থেংগু, কুমেই ইয়াংগিনি।
[ প্ৰস্থান।
২য় দৰ্শন।
দৰবাৰৰ ওচৰৰ ঠাই।
(এজন ছিলটীয়া মিঠাইওৱালাৰ প্ৰবেশ।)
গীত।
ছিলটীয়া-
(খেম্টা।)
কিত্তা কৰনিৰে বাই,
চলনাৰে দৰবাৰে যাই।