পৃষ্ঠা:দেৱ-ধ্বনি.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 
 

(১৪)

চিত্ত শুদ্ধি কৰ,—

ৰিপুমেধ  যজ্ঞত এয়ে
 আত্মাহুতি পৰ,-
জীৱন নহয়  সুখৰ সপোেন
বিলাস ভোগৰ  নোহে যৌৱন
 কৰ্ম্মময় বিশ্ব ভুৱন
 কৰ্ম্মৰ গুৰি ধৰ;-
 ভাই, প্ৰাণ প্ৰতিষ্ঠা কৰ
গৰ্জ্জে আগত  জীৱন সমৰ
 অসত্য-সত্যৰ
 তোৰ—দেৱতা দৈত্যৰ।

বহাগ, ১৮৫২ শক ]