পৃষ্ঠা:দেৱ-ধ্বনি.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥৵৹

গীতৰ আদি শাৰী ৰচনাৰ কাল পৃষ্ঠা
সমৰ্পণ
দুখৰে উপৰি দুখ দিছা মোক বহাগ, ১৮৪১ শক ৬৪
তোমাক তো ভাবিবৰ সুচল নাপাওঁ কাতি, ১৮৫৩ শক ৬৫
বহুদিন প্ৰভু মাতিছো তোমাক আহিন, ১৮৪১ শক ৬৬
নুবুজি মৰিলো কালৰ ফন্দী আঘোণ, ১৮৫৬ শক ৬৭
মোৰ মান অগিয়ান নাই ফাগুন, ১৮৫৫ শক ৬৮
বহুদূৰ বাট ঘূৰি আজি দিবা-শেষে বহাগ, ১৮৪১ শক ৬৯
আজিহে উমান পালোঁ, আছা তুমি ভগৱান আহাৰ, ১৮৫০ শক ৭০
যাৰ কাৰণে গড় মাৰিলি আহাৰ, ১৮৫৪ শক ৭১
ভাগৰ লাগি অচল ভৰি জেঠ, ১৮৩৯ শক ৭২
এই নে সপোন, এই নে ভুল? কাতি, ১৮৪৪ শক ৭৩
কলৈ আনিলা নাথ, ছলেৰে ভুলাই? জেঠ, ১৮৪১ শক ৭৪
বহু ডকা চাকনৈয়াত মিছাতে বাগৰি কাতি, ১৮৪৪ শক ৭৫
অকূল সাগৰে কাণ্ডাৰী বৰ্জ্জিত আহাৰ, ১৮৫১ শক ৭৬
সমাপন
অ’ জীউ মায়াশালত বন্দী। ভাদ, ১৮৫০ শক ৭৭
হেলা নকৰ ভাই, আয়ু-বেলি মাৰযায় বহাগ, ১৮৩৮ শক ৭৮
এই সন্ধিয়া, কলৈ বন্ধু যাবা অকল সৰে? ফাগুন, ১৮৫৭ শক ৭৯
ভাঙিছে মোৰ জীৰ্ণ বীণা ভাদ, ১৮৪৫ শক ৮০
অস্তাচলত কৰুণ কান্তি শাওণ, ১৮৫১ শক ৮১
লৰালি লগৰে বীণ শাওণ, ১৮৫৯ শক ৮২
তেজিলেও নৰ-কায়া আহিন, ১৮৪৯ শক ৮৩
নন্দৰ নন্দনে বংশী বজায় আহাৰ, ১৮৪৫ শক ৮৪
পৰিশিষ্ট (ক) ৮৫
পৰিশিষ্ট (খ) ৮৯