পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেকা বয়াৰ বুলনী। 'ক্ৰিটিক' (২) নামৰ মাপা ডি ভড পিছিলো, ললে। নিজে 'খুচি'মতে, খানলই বাট নাচালে। কিয়নো চাম? “আপুনি শকত, কেলেই লাগিছে আৰু পৰৰ ভকত?* মই ৰচা কবিতাও নিখুঁত-নিভাঁজ, গপ মাৰি কওঁ নিজে বেয়া বুলি কলে, কলে আৰু বাৰ-পাচি ভুল থকা বুলি, লই যাব৷ ঢে কীথোৰ!—বুদ্ধিও তোমাৰ জানিম জানিম ঐ ঢেঁকীথুৰীয়া বুলি।— কি কাম সোণাই, পৰ-নিন্দ৷ কৰি ফুৰা কওঁ বিশ্বাসতে মই গোহাৰি জনাই, - নকৰ৷ মিছাতে আৰু বদনাম মোৰ। আই৷ মোৰ বুলনীলৈ, — বদত আহিছ।? শুকান দেখিছোঁ মুখ, খোঁৱা'হ এটুপি কবিতাৰ জোল, বহি বুগনীত মোৰ। কত ভাব ঘাঁটি-ঘুঁটি মগজু খটাই লিখিছোঁ নানান কথা, ভাবি চালে হেৰ। পেটতেই হাত-ভৰি লুকাব তোমাৰ। কাচিতে৷ জন্মত যদি কিবা লিখে | বুলি কাপ-মহী-কাকত গোটাই লই তুমি, আকাশ-পাতাল ভাবি শুকাইছ৷ তালু, তেতিয়াহে কি কঠিন বুঙিব পাৰিব। কি বজ্ৰ-কঠিন কাম কবিতা ৰচনা। i (2) Critic-সমালোচক।