পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাননী। ( ডাক্তৰ মহানন্দ বৰুৱ। সাহিত্যভূষণ প্ৰণীত।) >A Manual of Proverbs. অৰ্থাৎ অসমীয়া-ইংৰাজী পটন্তৰ বা যোজনাৰ কিতাপ। পটন্তৰ- বোৰ ৰচি মাৰি শিকিব যুঞ্জিলে এই কিতাপখন হাতত লওক। ভালেমান শপাগনি চিঠি পোৱা হৈছে। বেচ।• এসিকি মাথোন। "We sincerely congratulate the author for having taken immense trouble in bringing out this useful pamphlet Proverbs aud folklores of a country are a true index of its distinct nationality and literature, and the little book under notice is evidence of the fact that Assam is very rich in both respects." The "Times of Assam." .

  • স্কুলীয়। লৰালৈ উপযোগী কিতাপ, ভালেমান অসমীয়া

নীতিবাক্য (?) আৰু তাৰ ইংৰাজী প্ৰতিবাক্য দিয়া হৈছে।” -“চনী” 1 (0)

  • তেওঁৰ উদ্যম শলাগিবলগীয়া। আশা কৰোঁ কিতাপ-

খনিৰ পৰা বহুতৰ উপকাৰ হব আৰু বৰুৱাদেৱেও ভবিষ্যতে সঙ্গ কৰিবলৈ উৎসাহ পাব। স্কুলীয়া ছাতৰসফলেও এই কিতাপখনিৰ পৰা উপকাৰ পাব বুলি আমাৰ বিশ্বাস ”—“বাহী”। "6