পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমি কিন্তু আমি আমি আমি অসমীয়া খাঁটি। (>) আমি অসমীয়৷ খাটি। আত্ম-অভিমান কৰি লওঁ দিনে-ৰাতি; আপোনাৰ দোষ অসমীয়া ভাষা বুকৰ কুটুম পৰ-দোষ ফুৰে৷ ৰটি। দেশৰ উন্নতি-বিধি নিতে দেখো, কাকতে-পত্ৰই প্ৰৱন্ধও লিখোঁ; কামত সম্পূৰ্ণ এনেহে গতি-প্ৰকৃতি : ( 2 ) ‘আমাৰ সাহিত্য দেখিও নেদেখে, শিক্ষাৰ ভেমতে বিপৰীত কৰে।, সাহিত্যতো নাই ৰতি। —আমি অসমীয়া থাটি। আলচ নকৰে 1, বুলি কওঁ বুকু ডাঠি; ভাবৰ দুখীয়া' ওফদি ফুৰোতে ফুৰে যদি ফেৰ পাতি ছোট লোক’, আমি ডাবিত কপাওঁ, ঘৃণাৰ চকুৰে সিহঁতক চাওঁ;