পৃষ্ঠা:ডেকাবৰুৱাৰ বুলনী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিৰোঁতা- --সেৰুৱ1। স্ৰজিছে ঈশ্বৰে, তেওঁ যেনে তেনে মতে দুবেল! হুমুঠি ‘অন্' দিব; ডেও পাৰি থাকিলে নে| কত পাম আমি, কি লাভটো তাৰপৰা হব? বাৰু আনি দিম ঋৰি চোমনিৰ পৰা, চকাহ দিয়ক মাথে। আজি; হাঁহি-মেলি হবিষেৰে খাবা-তুমি মাথো, দিবাও চিনাকি বুলি কাজী।” কথা পাঠোতেই তাৰ চকু ঢেল খালে, কানিৰাগী বাককৈ লাগিল;-- ‘গৃহিণী’ৰ মুখ “লাওপাত-কচুপাত,” —‘আশীৰ্ব্বাদ'-জোলোকা পৰিল।