পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬৭ )

নকৰিবা; তেওঁ এতিয়াই সৰ্পৰ দৰ্গ চূৰ্ণ কৰি পানীৰপৰা উঠি আহিব” ইত্যাদি কথা কৈ আশ্বাস দিছে। যশোদাৰ পিছত এজন গোপ আৰু এজনী গোপী থিয় দি আছে।

सॉपका गर्व चूर करके पनीसे से निकल आयेगा" आदि कहते हुवे आश्वासन दे रहा है। यशोदा के पीछे एक गोप और एक गोपी खड़ी है।

 কৃষ্ণে কালিৰ শিৰত নাচিছা।  

 বিষ লাগি মানুহ পৰি থকাৰ দৰে কৃষ্ণ পৰি থকা দেখি কালী ফণা মেলি উঠিল। সেই চেগতে কৃষ্ণই কালীব মূৰত উঠি তাৰ সহস্ৰ শিৰক দুফাল কৰি দুই ফালে দুখন ভৰি দি নানা ভঙ্গি কৰি

 सांपका विषसे त्रियमान अवस्था प्राप्त कृष्ण को देखकर कालीय फुफकर उठा। उस संयोग में कृष्ण ने कालीयके सिरपर चढ़कर उसके हजार सिरोंको दो तरफ बांटकर दोनों ओर दो