পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬০)
বলভদ্ৰ। মৰা ধেনুকাসুৰ। গোপগণে ফল খাইছা।  কৃষ্ণ।  

বীৰবেশে থিয় দি আছে। গোপবালকবিলাকৰ কোনোৱে আঠু কাঢ়ি তাল বুটলিছে, কোনোৱে বা ফল কাৰাকাৰি কৰিছে। কোনো কোনো গোপবালকে আকৌ কৃষ্ণক এটা ফল দিছে আৰু নিজেও খাবলৈ ফল মুখৰ ওচৰলৈ নিছে।

 

 কৃষ্ণ-বলৰাম আদিৰ ব্ৰজলৈ প্ৰত্যাৱৰ্ত্তনঃ ধেনুকাসুৰক বধ কৰি কৃষ্ণ-বলৰাম আৰু অন্যান্য গোপবালকসকল ধেনু লৈ ব্ৰজলৈ উভতিল। ধেনুবোৰ আগত, তাৰ পাছতে শিঙা বজাই

गोपबालकों में कोई घुटने टेककर ताड़ बटोर रहा है तो कोई फलके लिए छीनाझपटी कर रहा है। कोई कोई गोपबालक फिर कृष्णको एक फल दे रहा है और खुद भी खानेके लिए मुँहके पास फल ला रहा है।

 

 कृष्ण-बलराम आदियों का व्रजमें प्रत्यावर्त्तन : धेनेकासुरका वध करनेके बाद कृष्ण बलराम और दुसरे गोपबालकगण धेनु लेकर सींगा बाँसुरी बजाते हुए व्रजमें आ रहे हैं।