পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫০ )
কৃষ্ণক গাৱে গাৱে একো ব্ৰহ্মা
তুতি কৰিছা।
মহামায়া
তুতি কৰিছা।
 নৰ্ত্তকী।  ব্ৰহ্মা।  কৃষ্ণৰ পাৱত ব্ৰহ্মা পৰিছা।  

 ব্ৰহ্মাৰ কৃষ্ণস্ততিঃ পাছত ব্ৰহ্মাই আঠুকাঢ়ি হাতযোৰ কৰি আগত নৈবেদ্য দি স্তুতি আৰম্ভ কৰিছে। সেই সময়ত মহামায়াইও অষ্টভুজাৰূপে আঠু লৈ স্তুতি কৰিছে। গন্ধৰ্বই খোল বাইছে আৰু বিদ্যাধৰীয়ে নাচিছে। সেই সময়ত ভগৱান কৃষ্ণই শঙ্খ, চক্ৰ, গদা, পদ্ম ধৰি চতুৰ্ভূজৰূপে ব্ৰহ্মাৰ আগত দেখ৷ দিছে। ব্ৰহ্মাই চতুৰ্ভূজৰূপে ভগৱানক দেখ| পাই বাহনৰ সৈতে ভগৱানৰ চৰণত পৰি প্ৰণিপাত কৰিছে।

 

 ভগৱান কৃষ্ণই দেখিলে যে ব্ৰহ্ম৷ অচেতন হৈ নিজ চৰণত পৰি আছে। তেতিয়৷ সুপ্ৰসন্ন হৈ ভগৱানে নিজ মায়া সংহাৰ কৰিলে। পিছত ব্ৰহ্মাই ভগ্ৰ৷ন কৃষ্ণৰ অনুগ্ৰহত চৈতন্য লাভ কৰি উঠি দেখে যে সন্মুখত বিতোপন বৃন্দাৱন বিৰাজিত। বাঘ, ছাগ, সিংহ

 ब्रह्माकी कृष्णस्तुति: ब्रह्मा घुटने टेककर हाथ जोड़ कर सामने नैवेद्य रखकर स्तुति कर रहे हैं। उस समय महामायाभी अष्टभुजा रुपमें घुटने टेककर स्तुति कर रही हैं। गंधर्व बाजे बजा रहे हैं और विद्याधरी नाच रही हैं। उस समय भगवान कृष्ण शंख, चक्र, गदा, पद्म लेकर चतुर्भुज रुपसे ब्रह्माके सामने प्रकट हुये। ब्रह्मा चतुर्भुज रूपमें भगवानको देखकर भगवानके चरणों में शीश झुकति हैं।

 

 भगवान कृष्णाने देखा कि ब्रह्मा बेहोश होकर चरणोंमें पड़े हैं। तब प्रसन्न होकर भगवानने अपनो मायाको संवरण किया। फिर ब्रह्माने भगवान कृष्णाकी कृपासे ज्ञान प्राप्त कर, उठकर देखा कि सासने सुंदर