এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৬ )
গোপী কৃষ্ণক নচাইছা। | গোপীৰ আগত কৃষ্ণ পিৰা পানৈ ধৰিছা। |
পসাৰী কৃষ্ণৰ হস্তত ফল দিছা। |
কৃষ্ণে বলভদ্ৰে গোপশিশু সমে মালাৰি কৰিছা। |
বাল্য-লীলাঃ কৃষ্ণই গোকুলক আনন্দিত কৰি নানাৰূপ ক্ৰীড়া কৰি আছে। কোনো সময়ত কৃষ্ণই ধান দি কল লৈছে। কেতিয়াবা কৃষ্ণ আৰু বলভদ্ৰই গোপশিশুৰ সৈতে মাল-যুজ খেলিছে।
बाल-लौला : कृष्ण गोकुलवासियों को आनन्द देते हुये नाना-प्रकारको क्रोड़ा कररहे हैं। कभी कृष्ण और बलभद्र गोपशिशुओंके साथ मल्लयुद्ध करते हैं।
যশোদাই কৃষ্ণক ধৰি আনিছা। | ৰোহিণী পুত্ৰক ভূঞ্জাইছা। | যশোদা কৃষ্ণক ভোজন কৰাইছা। |