গুৱালগণে আনন্দ কৰিছা। | যশোদা কৃষ্ণক কোলা লৈছা; গোপীসবে দুৰ্ব্বাক্ষত সিঞ্চিছা। |
নন্দোৎসৱঃ গোকুল আনন্দে উপচি পৰিছে। গোপ-গোপিনীসকলে যশোদাৰ পুত্ৰ-জন্ম সংবাদ পাই নতুন বস্ত্ৰ অলঙ্কাৰ পিন্ধি গোন্ধতেল লৈ গোপৰাজ নন্দৰ ঘৰ ভৰি পৰিছে। গোপ-সকলৰ কোনোৱে শঙ্খ, কোনোৱে শিঙা বজাইছে আৰু আনন্দত পৰস্পৰে ইটোৱে সিটোৰ মুখত, সিটোৱে ইটোৰ মুখত লাৰু খুৱাই দিছে। যশোদাই কৃষ্ণক কোলাত লৈ স্তন খুৱাই বহি আছে। গোপীসকলে চিৰজীৱী হওক বুলি শিশুক আশীৰ্বাদ দিছে আৰু হালধিৰ গুড়া তেল-পানী মিহলাই আনন্দত ছিটাছিটি কৰিছে। ৰজা নন্দই সকলোকে যথাযোগ্য সম্ভাষণ কৰিছে।
৩
नन्दोत् सव : गोकुल आनंदसे उभर गया है। ग्वाल-ग्वालिन यशोदा को पुत्र हुआ यह संवाद मिलते ही नये कपड़े जेवर पहनकर इवादि लगाकर गोपराज नन्द के घर जमा हो गये। वालों मेंसे किसीने शंख, किसीने सींगा बजाया और आनन्द से आपस में एक दूसरे के मुँह में लड्डु खिला रहे हैं। यशोदा कृष्ण को गोद में लेकर स्तन पिला कर बैठी है। ग्वालिन गण "चिरंजीव हो" कहकर शिशु को आशीर्वाद दे रही हैं और हल्दीका चूर्ण तेल-पानी मिलाकर आनन्दसे उबटन कर रही हैं। राजा नन्द सबसे यथायोग्य संभाषण कर रहे हैं।