পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১২ )

আহে। কংসৰ ৰাক্ষসৰ দৰে মূর্তি দেখি দৈৱকী ভয় খায়; কিন্তু পিছ মুহূর্ততে নিজক চম্ভালি কন্যাটী ভিক্ষা কৰে আৰু কোলাত সাৱটি লৈ আৰ্তৰাৱে কান্দিবলৈ ধৰে । তাকে দেখি কংসই দাঁত কামুৰি নানা ভৎসনা কৰি কন্যাটীৰ ভৰি দুখনত ধৰি টানি আনিবলৈ খুজিছে। বসুদেৱেও যেন কন্যাটীক ভিক্ষা দিবৰ কাৰণে হাত পাতি ৰৈ আছে ।

यम जैसा कैदखानेमें आया। कंसको राक्षस जैसी मूर्ति देखकर देवको डर गयी; लेकिन दूसरे चणही अपनेको संभाल कर लड़कीकी भीख मांगती हुई पैरपकड़कर आतंखर से रोने लगी ! उसे देखकर कंस दाँत निकाले भिड़कते हुवे लड़कीके दोनों पैरों को पकड़कर खींच लाना चाहता है। वसुदेव भी मानो कन्या के जीवन की भीख मांगते से हाथ फैला रहे हैं ।

 
কিন্নৰ চাৰণ বিদ্যাধৰী যোগমায়া কংস ৰাজা যোগমায়াক শিলাত আফালিছা কংসৰ  

 মায়ামোহিত ৰজা কংসই বসুদেৱ-দৈৱকীৰ কাকৃতি মিনতিলৈ ভ্রূক্ষেপ নকৰি যোগমায়াৰ ভৰি দুখনত ধৰি দৈৱকীৰ কোলাৰপৰা আজুৰি আনিলে আৰু এটা ডাঙৰ শিলৰ ওপৰত আফাল মাৰি দিলে। পিছ মুহূর্ততে যোগমায়াই অষ্টভুজা ৰূপ ধৰি প্ৰভাতৰ সূৰ্য্যৰ

 मायामुग्ध राजा कंस वसुदेव देवकीकी विनतीकी परवाह न कर योगमायाके दोनों पैरोंको पकड़कर देवकीकी गोदसे छोनकर एक बड़े पत्थर पर दे मारा दूसरे चरण में योगमाया अष्टभुजाके रूपमें प्रभात कालीन सूर्यको भाँति दिग् विदिक् को