পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ২৪৪ } चित्र-भागवत উদ্ধৱ বেগেতে গৈ গোকুল পালে। গোপৰাজ নন্দ আৰু ৰাণী তত্ত্বৰ নলীৰ লাৰ নীৰূল অব। শীঘৰাল ল আৰ না যশোমতীয়ে উদ্ধৱক আদৰি আনি আসনত বহুৱালে; আৰু দুয়ো যয়ীভনীন ভঙ্গী স্মৰ মুলা জৰ স্বাৰনৰ ব্ৰৱাহা অৰি মাটিতে বহি ধূপ, দীপ আৰু শৰাইত নৈবেদ্য তামোল দি যথোচিত দ্বীনী সমীনসঙ্গী বন্ধৰ ঘূg, বীৰ স্বীৰ নন, নালাবিষ সৎকাৰ কৰিলে। উদ্ধৱ আসনত বহি অতি আপ্যায়িত হৈ অৰ্ঘবিন ব্লজাৰ জিয়া। তত্ত্ব স্মাৰনৰ ব্ৰহ্মৰ অন্ত্ৰন আগহাত তুলি অতিৰিক্ত অভ্যৰ্থনা কৰিব নালাগে বুলিহে যেন আঘাযিন চীৰ দাস্থ ভান্ধৰ মানী ভাতা ব্লানী অন কৈছে। ইফালে গোপীসকলে কলহত দধি মথিবলৈ ধৰিছে। নবী ” অঙ্গী ক ন ই। বুধৰ শৗভিযাঁ ঘন কী মথ বা পুখুৰীবোৰত ফুলা পদ্ম আৰু চৰিফুৰা ৰাজহাহবোৰে গোকুলৰ ক। নালাম দূল ব্লু ৰূমল স্বীৰ বৰন ভূ বাল লীলঙ্গী শোভা বিস্তাৰ কৰিছে। शोभाको बढ़ा रहे हैं। L.N2,146) A যশোদ।। নন। উদ্ধৰ'।