পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত चित्र-भागवत কৃষ্ণই কুৱলয়ৰ পিছৰ ফালে জোৰে টানি এৰি দিলত সি – ৰূলমন্ধী মীজী ঋীৰ জীৱৰ ৰীৰ ঠান্ স্থাভ বেগৰ কোবত সন্মুখৰ ফালে মুখ ঠেকেচা খাই মাটিত পৰি গল। নৰ ৰ ৰামন জ ল লমীনৰ নিৰ অনা। হাতীটো আগৰ ফালে পৰাৰ কাৰণে মাউত পিছৰ ফালে পৰিবৰ हाथोके गिरनक कारण महावत पोछकी ओर लुढ़क ভয়ত হাতীৰ ওপৰতে ফেঁটা পৰি বাওঁহাত মেলি বল হাতীটো মাটিত হামকুৰি খাই পৰা মাত্ৰকে কৃষ্ণ আগৰ ফালে গৈ তাৰ দাত पड़ता है। जमीनपर पड़े हाथोक दोनो दातो को कृष्ण उखाड़ দুটাত খামোচ মাৰি ধৰিলে। তেতিয়া বলদেৱ প্ৰভৃতি গোপ- লনা। বালকবিলাকে কৃষ্ণৰ পিছ ধৰিলে গৈ। C.N৪ zিss. বন্দী। কংস। | কৃষ্ণ। বলৰাম। গোপসকল। কৃষ্ণই সেই কুৱলয় হাতীক তাৰ সঁতেৰেই মাউতৰ সৈতে স্ব্য ভুল ৰূত্ৰলয় কাঘী স্বীৰ মাননী মাৰৰ মাৰি মাটিত পেলাই থৈ কংসৰ বহা চ’ৰ পালে গৈ। কংস এখন বন্ধন স্বা। জৰ ৰূ স্বপনৰ দাগম আসনত হাতত ধনু-শৰ লৈ বহি আছে। পিছৰ ফালৰ পৰা মুৰ লব্ধ স্ত্ৰীৰা। বৰ নৱা লন্ধৰ স্মৰ ৰূদ্য স্বীৰ এজন বন্দীয়ে ছত্ৰ ধৰিছে। কান্ধত গদা লৈ আগত বুষ্ণ আৰু ভন সী ললাম – আনু মৰ্য। বায়ী মামিতাৰ পিছত বলৰাম কংসৰ ওচৰলৈ গল। লগতে শিঙা, বেণু মামী। বজাই গোপ-শিশুবিলাকো উপস্থিত হল গৈ