পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১০০ )
 গোপীসবে পূজা কৰিছা। কাত্যায়ণী দেবী। গোপীসবে কাত্যায়ণী পূজা কৰিবাক যান্ত।  

হাতে কান্ধে ধৰাধৰি কৰি পুষ্প বিচাৰিছে। কোনেও আকৌ সৰোবৰত নামি স্নান কৰিছে।

कोई कोई गलबांही डाले आनंद मनसे फूल ढूंढ़ रही हैं। कोई फिर सरोवरमें उतरकर स्नान कर रही है।

 গোপীসবে স্নান কৰিছা।  শ্ৰীদাম। শ্ৰীকৃষ্ণে বস্ত্ৰ লৈয়া
কদম্বত চড়িছা।
সুদাম