পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮৪ )

হাক দিছে। কোনোৱে আকৌ গছত জবী লগাই গুলমি-ঢুলনি দিছে। বলভদ্ৰই থিয় হৈ আগ হাতেবে কাপোৰৰ আঁচল দাঙি যেন কৃষ্ণৰ মূৰত ছত্ৰহে ধৰিছে।

कर रहा है तो कोई पेड़में रस्​सी लगाकर लटककर झुल रहा है। बलभद्र खड़ा होकर दाहिने हाथसे कृष्ण के सिरपर आँचलके फथमें छत्र डुलारहा है।

প্ৰলম্বে বলভদ্ৰক বৈ নিছা।  গোপবালক সবে পরস্পৰে বৈ নিছা।  

 বলভদ্ৰৰ প্ৰলম্বাসুৰ বধঃ—কৃষ্ণ আদি গোপবালকসকল বন-বিহাৰ কৰি থাকোঁতে এদিনাখন প্ৰলম্ব নামে অসুৰ এটা গোপবেশ ধৰি তেওঁলোকৰ মাজত সোমাল। ভগৱান কৃষ্ণই বুজ পাই গোপবালকবিলাকক কলে, যে আমি দুটা দলহৈ এটা খেলা কৰোঁ; এই খেলাত যি দল ঘাটে সেই দলে জিকাদলক কান্ধত বৈ নিব লাগিব। কৃষ্ণ আৰু বলৰাম দুই দলৰ নেতা হৈ

 बलभद्रके द्वारा प्रलंबासुर बध: कृष्ण आदि गोपबालकगण जब वनबिहार कर रहे थे तो एकदिन प्रलंब नामका एक असुर ग्वालके वेशमें उनके बीच आ घुसा। भगवान कृष्णने यह जानकर गोपबालकोंसे कहा कि हम दो टोलियोंमें बाँटकर एक खेल खेलें। इस खेलमें जो टोली हारेगी वही जोतनेवाली टोलीको कंधोंपर चढ़ाकर घूमेगी। कृष्ण और बलरामने दोनों टोलियों का