পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮১ )

একে ঠাইতে চৰিছে আৰু সিহঁতে ঘাঁহৰপৰা মুখ তুলি কৃষ্ণৰ বংশীধ্বনি কাণপাতি শুনিছে।

 

 বৃন্দাবনৰ কি মনোহৰ দৃশ্য! নানাজাতিৰ ফুল, তৰুলতাই মূৰ তুলি দিগন্ত বিস্তৃত সৌৰভ বিস্তাৰ কৰিছে। ভোমোৰাবোৰে ফুলত পৰি মধুৰ গুঞ্জন কৰি মধুপান কৰিব ধৰিছে। ময়ুৰ আদি নানাজাতীয় পক্ষীবোৰে কিমান চেও ধৰি নাচিছে; স্বচ্ছ সৰোবৰত পদ্মফুল ফুটি আছে; হাঁহ আদি জলচৰ পক্ষীবোৰে মনৰ আনন্দত অব্যক্ত মধুৰ শব্দ কৰি জলক্ৰীড়া কৰিছে। এনে হেন
 ১১

जगह चर रही हैं और वे घाँससे मुँह उठाकर कृष्णकी बाँसुरीकी आवाज सुन रहीं हैं।

 
 वृन्दावनका दृश्य कैसा खुबसूरत है! भांति भांतिके फूल, पेडं-पौधे-बेल-बुटियां सिर उठाकर दूर आसमानक तक सौरभ फैला रहीं है। भ्रमर फुलों पर बैठकर मृदु मधुर गुंजन करके मधुपान कर रहे हैं। मोर प्रभृति नाना जातिके पंक्षी नाच रहे हैं; स्वच्छ सरोवर में कमलके फूल खिल रहे हैं; हंस आदि जलचर पक्षीगण मधुर आवाजसे जलक्रीड़ा कर रहे हैं। एसेही मनोहर