পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬
[ ৪ৰ্থ অঙ্ক,
চক্ৰধ্বজসিংহ।

 নচৰৎখাঁ। (মূৰ দুপিয়াই) জোনাব

 ৰামসিংহ। এইবাৰ মজাটো পাব নহয়। চইতানগিৰি উলিয়াই দিম। আগত বাৰিখা, সেইদেখি এতিয়াই আমাৰ শীয়ে যুজ আৰম্ভ কৰি ৰাৰিখাৰ আগতে শেষ কৰিব লাগিব।

 নচৎখাঁ। জোনাব।

_______