পৃষ্ঠা:গুৰুচৰিত.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ও সুৰ্য্যৰৰে এক কথা কহিলেক পাচে। শিঙ্গৰিকা নামে শুনা শিৱলিঙ্গ আছে।৩১৮ অনেক সম্ভাৰ দিয়া পূজা আৰু তুমি। পাইবা পুত্ৰ এহিমতে কহিলোহহা আমি হেন নি কুমে মনত পচে গুণি। পূজাৰ সম্ভৰ কচাই আনিলা আপুনি॥৩১৫ উপবাস কৰিলন্ত মহা মন তুষ্টি। প্ৰাতসতে স্নান দান কৰিলন্ত উঠি। পিতৃৰ চৰণে সেৱা কৰিন্ত পৰি। মাতৃক নমিলা পাচে গৈয়া কৰযোৰি।১৬ পূজাৰ সম্ভাৰ কৰাইলন্ত গাৱে গায়ে। লোহিত্যৰ পাৰে গৈলা কুসুম যে নাৰে। শিঙ্গৰিক গৈলা তেবে কৰি মনৰ। গহৰে পশি দেখিল শিৱলিঙ্গ ৩১৭ নমস্কাৰ কৰি বসিল এক পাশে। দেউৰী সবে চাহি পুলি। হৰিবে। কিবা কাৰ্যে ভূঞা তুমি আসি আহা ঐক। তোমাৰ মনৰ কথা সবে কহিয়েক ৩১৮ কুম বদতি তুমি শুনিয়োক কথা। পুত্ৰবৰ আশে আসি আছে এথা। শুনিয়োক দেউৰী লোকে কৰি কাৰ। শিৱ এলাদ দিল আগে কুমৰ ৩১৯