পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখি গৰমলি হাতে লৈ তুলি | পাৰিয়া দিল সভাত। ৰাজাৰ আদেশে। আতি সমাৰে | শঙ্কৰে বসিলা তাত। ভটিমা টোটয়। | যি বুলিজয় | অৰ্থ জিজ্ঞাসিলা ৰাজ। শৰে বোলয় সিটো অচয় কহোক ব্ৰাহ্মসমা॥৩৪৪৯ সকলো ব্ৰাহ্মণে বোলে মনে মনে কেহোৱে অৰ্থ নকৰে। দেখি মনে গুনি | চাৰিপে ভণি | কৰিলা অৰ্থ শঙ্কৰে। আতি এতিমন ভৈৰু ৰন | বুলি কৰি প্ৰশংসা। মহা সুখ পাইলো অৰ্থক বুজিলো পূৰিল মনৰ আশা॥৩৫৫০ ৰাজা অৱশেষে পুছি গুৰুক না আবে মোৰ কথা। সকলো ব্ৰাহ্মণে | কয় সৰ্বক্ষণে নামান বেদৰ কথা। পুজা হোম যাগ | যজ্ঞ এতিয়াক গীতা তুলসী যত।