পৃষ্ঠা:গুৰুচৰিত.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচতি ৰা সমাক | চলি গৈলা পাছে চণ্ডীবৰ মহামতি। সাদৰে কম্বল | বসিবাক দিলা | ৰাজাৰ নিকটে নিয়া। অৱনত গাৱে | হুয়া নম্ৰ ভাৱে বসিলন্ত তাতে গৈয়া ১৫১ দেখি ৰাজা তা বুলিলপ্ত হাসি আসিলাহা চণ্ডীৰৰ।। এতকাল তুমি | ভুলাহা দুখ লৈয়োক তাম্বুল মোৰ। কৰা ৰুমন শুনিয়ো বচন মনে ৩জি দুখ তাপ। বিধিৰ লিখিত | আছে কপালত এইবেক কাৰ বাপ ১৫২ শুনি চণ্ডীবৰে | বুলিলন্ত পাচে | মধুৰ বচনে হাসি। ইটো দুখ যত পাইগো ৰাজা আমি | তোমাৰ পাশক নাসি। হেন গনি পাচে বুলিলন্ত ৰাজা শুনিয়োক এক কথা। পণ্ডিতৰ লগে | বাদ কৰিবাক ৰ'ক্য নকৰিয়ো বৃথা ১৫৩