পৃষ্ঠা:গুৰুচৰিত.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চতি তেতিক্ষণে তাসম্বাৰ হানি ভৈল। বৈষ্ণৱৰ দ্ৰোহ কৰি ৰসাতলে গৈল। তিনি বিদ্যাধৰ আসি পৃথিবীত পৰি। বুলিলন্ত অৰ্জ্জনক হাতযোৰ কৰি॥৮০৩ তবু শাপ অন্ত দিয়া বাপ ধনঞ্জয়। চৰণত মাথা দিয়া কাতৰ কৰয়। হেন শুনি অৰ্জুনৰ সম্পজিলা দায়। দিলন্ত সিদ্ধান্ত পাচে তাৰ মুখ চায়॥৮৩৪ জগতৰ আদিদেৱ দৈৱকীনন্দন। দশদিগপালে চিন্তে যাহাৰ চৰণ। কুমৰ ঘৰে যাই অৱতাৰ হৈব। কলিৰ লোকক প্ৰভু নিস্তাৰ কৰিব॥৮৫ বৰদোৱা গ্ৰাম সিটো ক্ষেত্ৰ অনুপাম। তিনিয়ো জন্মিবি সদা ধৰি চোৰ নাম স্কৰ বৃত্তিক সবে কৰিয়া ফুৰিবি। শৰৰৰ জন্ম হৈব তহিতে নিবি॥৮০৬ হেন পূৰ্বকথা তোৰ পৰিবে মনত। কুমৰ ঘৰে পাচে হইবি উপগত। সিন্ধিগেট দিয়া যাই সোমাইৰি ভিতৰ। শিণে ততি বা থাকিব শৰ। • দত হয়া হয়ে পৰিবি বলে। শনে যোগাই পাতে পিতৃক সপোনে।