প্ৰীতি অভিনৱ।
কৰে জয় ৰৱ॥
মাধৱ তথাত।
থাকিলা সাক্ষাত॥
ৰচিলা শঙ্কৰ।
শুনা সবে নৰ।৷
কালৰ ভয়ত।
মহা ধৰ্ম্ম যত॥
সিটো ধৰ্ম্মগণে।
পশিলো শৰণে॥
গাৱে হৰি গুণ।
নিস্তৰে আপুন।
নামে তাৰ ৰাজা।
জানি এৰা লজ্জা॥
ভ্ৰমিয়ো সদায়।
ব্যৰ্থে আয়ু যায়॥
কৰিবো নিস্তাৰ।
আন নাহি সাৰ॥
কাত কৰা সাস।
যেন বিষে গ্ৰাস॥