পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কানীয়াৰ কীৰ্ত্তন (page 23 crop)
কানীয়াৰ কীৰ্ত্তন (page 23 crop)
 

দ্বিতীয় অঙ্ক।
⸻:*:⸻
প্ৰথম দৰ্শন।
⸻:*:⸻
ঘৰ।

ডেকাসকলৰ পাণ-খোৱা সভা।

 ৰতিকান্ত গগৈ। — [পাণৰ টিকিৰাত হোঁপা মাৰি নাকে-মুখে ধোঁৱা উৰাই] আজি পাণ বৰ বাল ঐছে, এনে অলে এ কাই সুক লাগে।

 মতিৰাম গোহাঁই। — (চকু মুদি) আজিৰ কেইটা পাণৰ টিকিৰাৰ লগ কিহে পায়? ইয়াৰ এহোঁপা মাৰিবলৈ পালে ব্যাস-বশিষ্ঠৰো মন ভুলে।

 গদাধৰ ডেকা ফুকন। — (পাণৰ নলী মুখত লৈ) আজি