পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
কানীয়াৰ কীৰ্ত্তন

 ভদ্ৰ। — (মনে-মনে) কানীয়াৰ এই অৱস্থা, এদিনমান কানি খাবলৈ নে পালেই ধৈৰ্য্য, মান, সকলো এৰে; এইবোৰ দেখিও যি কানি খাবলৈ শিকে, তাতকৈ অজ্ঞান কোন আছে?

(তিনিওৰো প্ৰস্থান)

 
কানীয়াৰ কীৰ্ত্তন (page 14 crop)
কানীয়াৰ কীৰ্ত্তন (page 14 crop)